1. Congratulations to the beautiful couple. Wishing you a wonderful journey as you build your new life together.
(তোমালোক দুয়োৰে একেলগে নতুন জীৱন গঢ়াত যাতে পথ মৃসন হয় তাৰেই কামনা কৰিলো, এই ধুনীয়া যুটিটোক অনেক শুভেচ্ছা যাচিলো
2. Congratulations! You guys make a great pair. Your engagement is a wonderful news.
(তোমালোকৰ engagement ৰ খবৰটো অতি ভাল খবৰ, তোমালোকৰ যোৰাটো খুবেই ধুনীয়া. অনেক শুভচ্ছা যাচিলো)
3. Congratulations on your engagement. You make a wonderful couple.
(তোমালোকক engagement ৰ শুভেচ্ছা যাচিলো. তোমালোকৰ যোৰা টো খুবেই ভাল লগা)
4. I am really happy for you. Wish you a blissful life ahead.
(মই তোমাৰ বাবে যথেষ্ট সুখী. তোমাৰ সুখী জীৱনৰ কামনা কৰিলো. )
5. May your engagement be the beginning of a lifetime filled with special love and happiness.
(আশা কৰোঁ তোমাৰ engagement ই প্ৰেম আৰু সুখেৰে সমৃদ্ধ জীৱনৰ আৰম্ভণি হওঁক. )
6. Wishing the both of you a world of happiness and joy on this wonderful day. Congratulations on your engagement, we are so delighted for you!
(এই সুন্দৰ দিনটোত তোমালোক দুয়োৰে জীৱন সুখ আৰু আনন্দৰে ভৰি পৰক তাৰেই কামনা কৰিছো.
তোমালোকক engagement ৰ অনেক শুভেচ্ছা যাচিলো, আমি তোমালোকৰ বাবে অনেক সুখী!)
7. Wishing you all the best for the future. Stay together, always.
(তোমালোকৰ সুখময় ভৱিষ্যতৰ কামনা কৰিলো, সঁদায় এক হয় থাকিবা. )
8. My heart is overjoyed with the news of your engagement. Congratulations and lots of love.
(তোমালোকৰ engagement ৰ বাতৰি পাই মোৰ হৃদয় আনন্দৰে উপচি পৰিছে, অনেক শুভেচ্ছা আৰু মৰম যাচিলো. )
Doubts on this article